মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Chief Minister Samagra Gramya Unnayan Yojana

প্ৰস্তাৱিত বিনিয়োগ

প্ৰত্যেক ৰাজস্ব গাঁও অনুসৰি গড় পৰিকল্পিত বিনিয়োগ ১.২০ কোটি টকা ধৰা হয়। অই অভিযানৰ বাবে সৰ্বমুঠ পাচঁ বছৰৰ বাবে প্ৰয়োজনীয় বিনিয়োগৰ পৰিমাণ হৈছে প্ৰায় ৩০,০০০ কোটি । প্ৰস্তাৱিত বিনিয়োগৰ ১০% মাটি,মানুহ, দিন আদিৰ হিচাপত ধৰা হয় আৰু বাকী থকা ৯০% ৰাজ্যৰ সংসাধনৰ পৰা হ’ব।