মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Chief Minister Samagra Gramya Unnayan Yojana

কাৰ্যকৰী সমিতি

  • মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাক প্ৰথমতে প্ৰধানমন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনাৰ প্ৰকল্পসমূহ সুকলমে ৰূপায়ন কৰিবৰ বাবে গঠন কৰা হৈছিল। কাৰ্যকৰী সমিতিখন প্ৰধানমন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনাৰ প্ৰকল্পসমূহৰ কামত সহযোগ, নিৰীক্ষণ, প্ৰকল্পসমূহৰ ব্যৱস্থাপনা আদি চোৱা-চিতা কৰাৰ লগতে প্ৰকল্পসমূহত লাগতিয়াল যিকোনো পৰামৰ্শ আৰু কেতিয়াবা প্ৰয়োজন অনুসাৰে নিৰ্দেশাৱলী ও প্ৰদান কৰে। কাৰ্যকৰী সমিতিখনত নিম্নোলিখিত পদসমূহ থাকে:

    ক্ৰমিক নংসদস্যপদ
    বিত্তমন্ত্ৰী, অসমঅধ্যক্ষ
    প্ৰধান সচিব, অসমউপাধক্ষ্য
     অংশগ্ৰহণকাৰী বিভাগৰ গৰিষ্ঠ সচিবসকল: 
    পূৰ্ব অধিকাৰী সদস্য
    পৰিকল্পনা ও উন্নয়ন
    ৰাজহ
    কৃষি
    মীন
    পশুপালন ও পশুচিকিৎসা
    বিজ্ঞান ও প্ৰযুক্তি
    ১০পৰিবেশ আৰু বন
    ১১তথ্য-প্ৰযুক্তি
    ১২গড়কাপ্তানি
    ১৩জলসম্পদ
    ১৪হস্ততাঁত বস্ত্ৰ আৰু ৰেচম
    ১৫ক্ৰীড়া ও যুৱ কল্যাণ
    ১৬স্বাস্থ্য আৰু পৰিয়াল কল্যাণ (AYUSH)
    ১৭W P T & B C
    ১৮ভূ সংৰক্ষণ
    ১৯উদ্যোগ ও বাণিজ্য
    ২০সাংস্কৃতিক পৰিক্ৰমা
    ২১সময়ে সময়ে অধ্যক্ষৰ দ্বাৰা অন্যান্য বিভাগৰো নিৰ্বাচন কৰিব পৰা যায়
    ২২প্ৰধান কাৰ্য নিৰ্বাহক, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাসদস্য সচিব