প্ৰত্যেক ৰাজস্ব গাঁও অনুসৰি গড় পৰিকল্পিত বিনিয়োগ ১.২০ কোটি টকা ধৰা হয়। অই অভিযানৰ বাবে সৰ্বমুঠ পাচঁ বছৰৰ বাবে প্ৰয়োজনীয় বিনিয়োগৰ পৰিমাণ হৈছে প্ৰায় ৩০,০০০ কোটি । প্ৰস্তাৱিত বিনিয়োগৰ ১০% মাটি,মানুহ, দিন আদিৰ হিচাপত ধৰা হয় আৰু বাকী থকা ৯০% ৰাজ্যৰ সংসাধনৰ পৰা হ’ব।