সমাজ তথা ইয়াৰ আয় তথা সম্পত্তি, স্থাৱৰ সম্পত্তিৰ সাধাৰণ তত্ত্বাৱধান, নিৰ্দেশ ও নিয়ন্ত্ৰণ, প্ৰশাসন পৰিষদে সমাপন কৰে। মূখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ প্ৰশাসন সমিতিখন এনেধৰণৰ
| ক্ৰমিক নং | সদস্য | পদ |
|---|---|---|
| ১ | মুখ্যমন্ত্ৰী, অসম | অধ্যক্ষ |
| ২ | বিত্তমন্ত্ৰী, অসম | উপাধক্ষ্য |
| অংশগ্ৰহণকাৰী বিভাগীয় মন্ত্ৰীসকল | ||
| ৩ | উন্নয়ন আৰু পৰিকল্পনা সদস্যসমূহ | সদস্য |
| ৪ | ৰাজহ | |
| ৫ | কৃষি | |
| ৬ | মীন | |
| ৭ | পশুপালন আৰু পশুচিকিৎসা | |
| ৮ | বিজ্ঞান আৰু প্ৰযুক্তি | |
| ৯ | বন ও পৰিবেশ | |
| ১০ | তথ্য প্ৰযুক্তি | |
| ১১ | গড়কাপ্তানি বিভাগ | |
| ১২ | জলসম্পদ | |
| ১৩ | হস্ততাঁত আৰু বস্ত্ৰশিল্প | |
| ১৪ | ক্ৰীড়া আৰু যুৱকল্যাণ | |
| ১৫ | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ (AYUSH) | |
| ১৬ | W P T & B C | |
| ১৭ | ভূ সংৰক্ষণ | |
| ১৮ | শিল্প ও বাণিজ্য | |
| ১৯ | সাংস্কৃতিক পৰিক্ৰমা | |
| ২০ | সময়ে সময়ে অধ্যক্ষৰ দ্বাৰা অন্যান্য বিভাগৰো নিৰ্বাচন কৰিব পৰা যায় | |
| ২১ | প্ৰধান সচিব, অসম | |
| প্ৰধান সচিব, অসম | প্ৰধান কাৰ্য নিৰ্বাহক, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা | সদস্য সচিব |