মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Chief Minister Samagra Gramya Unnayan Yojana

অসম ভিছন ডকুমেণ্ট ২০১৬-২০২৫

অসমৰ অৰ্থনীতি,কৰ্মসংস্থাপন তথা ভিন্ন প্ৰকাৰৰ উন্নয়নমূলক কাৰ্য সমাপন কৰাৰ লক্ষ্যৰে অসম ভিছন ডকুমেণ্ট ২০১৬-২৫ ৰ আৰম্ভনি কৰা হৈছে।

চৰকাৰে ৰাজ্যৰ নাগৰিকসকলৰ প্ৰতি লক্ষ্য ৰাখি এক সাৰ্বজনিক চনদ তৈয়াৰ কৰাৰ ঐতিহাসিক লক্ষ্য হাতত লৈছে। ভাৰতীয় জনতা পাৰ্টি দলৰ নেতা, কৰ্মকৰ্তা, বুদ্ধিজীৱিসকলৰ উদ্যোগত ৰাজ্যৰ শিক্ষাবিদ, কৰ্মজীৱি, উদ্যোগপতি, খেতিয়ক, চাহ উৎপাদক আৰু অন্যান্য হিতাধিকাৰীসকলৰ সৈতে সঠিক যোগাযোগ ৰাখিবৰ বাবে অসম নিৰ্মান নামেৰে এক সংবাদ শৃংখলাৰ শুভাৰম্ভ কৰিছে।

এই সমূহৰ মূখ্য উদ্দেশ্য হৈছে গ্ৰাম্য অৰ্থনীতিক উৎসাহিত কৰা আৰু লগতে অসমৰ দৰে কৃষিপ্ৰধান ৰাজ্যত কৃষক সকলক উৎসাহিত কৰা।

অধিক জানিবৰ বাবে তলত দিয়া লিংকটি অনুসৰণ কৰক :

অসম ভিছন ডকুমেণ্ট ২০১৬-২০২৫